Jogashana aru Byam
()
About this ebook
How one can help himself maintain hIs physical and mental health, get rid of common illness and a flexible body , food suited for ,during practice and how to carry out body massage etc. The book describes approximately eighteen such assana in a story telling manner.
Ripan kumar Das
Ripon Kumar Das born 5th Jan 1951 at Jorhat city , Assam, India.His father was a renowned body builder .Worked under Govt of Assam as an Inspector of physical training, authored many a books on gymnastics and asanas.Ripon graduated from Guwahati university in1971. Obtained degree in alternative medicine ,from college of alternative medicine Calcutta in1991 .Served Central Govt of India paramilitary department from 1976 to 2008.His first story" Private detective was"published in local news paper অসম বাতৰি।later converted into novelette "Manuh jadihe nohoi manuh"in 1976."Yantra manab" and "Heruwa Chandar Sandhanot" (a series of 3 books) crime novels published by local publisher Readers book stall in1986.Novelette ";krundashi diganta" was published on Guwahati based woman magazine Kangkan in1989.During service he wrote novelette "Pratishruti" ";sainikor diary." "Ashantir uh Bichari " " jogashana and Byam " "Masked gentleman ".and many more.Ripon settled in Guwahati the capital city of Assam on 2008 . He loves his mother tongue very much. During his early childhood he had joined language movement and he still writing without any support from any corner just to spread and keep Assamese language alive.Email address ripankumardas@yahoo.com ,mobile 9811302679 country code 91 and area code 0361.
Read more from Ripan Kumar Das
হেৰোৱা ছন্দৰ সন্ধানত Rating: 0 out of 5 stars0 ratingsঅশান্তিৰ ওঁহ বিছাৰি Rating: 0 out of 5 stars0 ratingsপ্ৰতিশ্ৰুতি Rating: 0 out of 5 stars0 ratingsক্ৰন্দসী দিগন্ত Rating: 0 out of 5 stars0 ratings
Related to Jogashana aru Byam
Reviews for Jogashana aru Byam
0 ratings0 reviews
Book preview
Jogashana aru Byam - Ripan kumar Das
য
োগাসন আৰু ব্য়ায়াম
লিখক ঁ চিদা নন্দ দাস
ৰিহাবাৰী , গুৱাহাটী ৭৮১০০৮
মূদ্ৰন
স্মেচৱৰ্ড ডট কমত ৰিপন কুমাৰ দাসৰ দ্বাৰা প্ৰকাশিত
সৰ্বস্বত্ত লিখক তথা পৰিয়ালৰ দ্বাৰা সংৰক্ষিত
৩
লিখকৰ পৰিছয়
জন্ম ১৯১৭ বৰপেটা, সুন্দৰীদিয়া সত্র নিৱাসী তনুৰাম তালুকদাৰৰ ঔৰসত মাতৃ সাবিত্রী বালা তালুকদাৰৰ গৰ্ভজাত পৰিয়ালৰ প্ৰথম পুত্ৰ সন্তান ।
সৰুৰে পৰাই খেল ধেমালী আৰু শৰীৰ চৰ্চ্ছাত আগ্ৰহী চিদানন্দ দাসৰ বাল্যকাল সুন্দৰীদিয়া সত্ৰত অতিবাহিত হয় । তেওৰ প্ৰাথমিক পৰ্য্যায়ৰ শিক্ষা দীক্ষা সুন্দৰীদিয়া সত্ৰত আৰু বৰপেটা চহৰত হাইস্কুলীয়া শিক্ষা সম্পূৰ্ন হয় ।
১৯৩৯ - ১৯৪১ লৈ গুৱাহাটীৰ কটন মহাবিদ্যালয়ত কলা বিষয়ত স্নাতক উপাধিৰ বাবে ভৰ্তি হয় যদিও ১৯৪০ তেওঁ বিদ্যাসাগৰ মহাবিদ্যালয়ৰ পৰাহে নন কলেজিয়েট ছাত্ৰ হিছাবে আই, এ পাছ কৰে ।
কটন কলেজত পঢ়ি থকা সময়তে তেওঁ কলিকতা বিশ্ববিদ্যালয়ৰ উদ্যোগত, কলিকতাত অনুস্থিত এচিয়াটিক উৱেট লিফটিং প্ৰতিযোগীতাত ২য় স্থান অধিকাৰ কৰে ।
১৯৪২ৰ স্বাধীনতা আন্দোলনে গা কৰি উঠাত স্বৰ্গীয় দাস আন্দোলনত নামি পৰে । তাৰেই ফলশ্ৰুতি স্বৰুপে পুলিচৰ লাঠিচালনাত মুৰত তথা মগজুত প্ৰচন্ড আঘাট প্ৰাপ্তহৈ কলিকতাত আত্মগোপন কৰিবলৈ বাধ্য হয় । বৃদ্ধ বয়সত এই আঘাটৰ ফলতেই তেওৰ মৃত্যুও তৰাণ্বিত হ্য় ।
১৯৪৪-৪৫ চনত ঘোষ ফিজিক্যেল এডুকেশ্যন কলেজত স্বনামধন্য বিষ্টু ঘোষ (প্ৰাক্তন অধ্যাপক, কলম্বিয়া বিশ্ব বিদ্যালয়)ৰ তত্বাৱধানত যোগাসন আৰু ব্যায়ামৰ প্ৰশিক্ষণ গ্ৰহন কৰে ।
১৯৪৭ চনত তেওঁ বৰপেটা বিদ্যাপীঠত সহকাৰী শিক্ষক ৰুপে যোগদান ও বৰপেটাৰেই আইনজ্ঞ যাদব চন্দ্ৰ দাসৰ কন্যা সুমিত্ৰা দাসৰ পাণি গ্ৰহন ।
১৯৪৮ চনত বেনাৰসৰ ভাৰত সেৱা মন্ডলৰ পৰা ব্যায়াম বিশাৰদ উপাধি লাভ তথা কিছু মাহৰ বাবে ৰেশম বিভাগৰ পৰিদৰ্শক পদত যোগদান১৯৪৯ চনত হিজ ৰয়েল হাইনেছ প্ৰিন্স অফ ৱেলচ ইন্সটিটিওত শাৰিৰীক প্ৰশিক্ষক তথা ছাত্ৰাবাসৰ তত্বাবধায়কৰ