Discover millions of ebooks, audiobooks, and so much more with a free trial

Only $11.99/month after trial. Cancel anytime.

প্ৰতিশ্ৰুতি
প্ৰতিশ্ৰুতি
প্ৰতিশ্ৰুতি
Ebook67 pages30 minutes

প্ৰতিশ্ৰুতি

Rating: 0 out of 5 stars

()

Read preview

About this ebook

বাল্য বন্ধুত্ব | প্ৰকৃত বন্ধুত্ব আৰু কৰ্তব্যবোধ ।সকলোরে অজানিতে পরিবর্তিত হয় গভীৰ প্ৰেমত | বন্ধুত্বত আঘাট পৰাৰ ভয়ত প্ৰেম অপ্ৰকাশ্য | ভালপোৱা , নিৰাপত্তা বন্ধুত্বৰ প্ৰতিশ্ৰুতি নাটকীয় সঃঘাট | কৰ্তব্যৰ খাটিৰত এহাল যুৱক যুৱতিৰ নীৰৱ আত্মাহুতি |

LanguageAssamese
Release dateFeb 11, 2022
ISBN9781005710002
প্ৰতিশ্ৰুতি
Author

Ripan kumar Das

Ripon Kumar Das born 5th Jan 1951 at Jorhat city , Assam, India.His father was a renowned body builder .Worked under Govt of Assam as an Inspector of physical training, authored many a books on gymnastics and asanas.Ripon graduated from Guwahati university in1971. Obtained degree in alternative medicine ,from college of alternative medicine Calcutta in1991 .Served Central Govt of India paramilitary department from 1976 to 2008.His first story" Private detective was"published in local news paper অসম বাতৰি।later converted into novelette "Manuh jadihe nohoi manuh"in 1976."Yantra manab" and "Heruwa Chandar Sandhanot" (a series of 3 books) crime novels published by local publisher Readers book stall in1986.Novelette ";krundashi diganta" was published on Guwahati based woman magazine Kangkan in1989.During service he wrote novelette "Pratishruti" ";sainikor diary." "Ashantir uh Bichari " " jogashana and Byam " "Masked gentleman ".and many more.Ripon settled in Guwahati the capital city of Assam on 2008 . He loves his mother tongue very much. During his early childhood he had joined language movement and he still writing without any support from any corner just to spread and keep Assamese language alive.Email address ripankumardas@yahoo.com ,mobile 9811302679 country code 91 and area code 0361.

Read more from Ripan Kumar Das

Related authors

Related to প্ৰতিশ্ৰুতি

Related categories

Reviews for প্ৰতিশ্ৰুতি

Rating: 0 out of 5 stars
0 ratings

0 ratings0 reviews

What did you think?

Tap to rate

Review must be at least 10 words

    Book preview

    প্ৰতিশ্ৰুতি - Ripan kumar Das

    *প্ৰতিশ্ৰুতি*

    শ্ৰী ৰীপন কুমাৰ দাস

    ৰীপন কুমাৰ দাসৰ দ্বাৰা স্মেচৱৰ্ডছ ডত কমত প্ৰকাশিত

    কপি ৰাইট ২০২১

    লিখকৰ অন্যান্য গ্ৰন্থ সমুহ

    (১) হেৰুৱা ছন্দৰ সন্ধানত ( অসমীয়া )

    (২) ক্ৰন্দসী দিগন্ত ( " )

    (৩) অশান্তিৰ ওহঁ বিছাৰি ( " )

    (৪) দি ঘোষ্টলি ৰিভেঞ্জ ( ইংৰাজী )

    (৫)মাক্সড জেন্টেলমেন ( " )

    LICENSE NOTE

    This book is licensed for your personal enjoyment only. This may not be resold or given any way to any people. If you would like to share this book with another person, please purchase an additional copy for each recepient. If you are reading this book and did not purchased it, or it was not purchased for your use only. Then please return it to your favorite ebook retailer and purchase your own copy.

    Thank you for respecting the hard work of the author.

    প্ৰতিশ্ৰুতি

    টেক্সিৰ বুকুত দেহাটো এৰি দি ঋদীব অতীত ৰোমন্থনত বিভোৰ হৈ উঠে । টেক্সিৰ ধাবমান গতিৰ সতে তাৰ মনৰ লেকাম বিহীন ঘোড়াটোৱে ঢাপলি মেলে সোৱৰণিৰ মনিকোঠৰ একাবেকা পথেৰে সেইয়া আজি ছয়মাহ মান আগৰ কথা । ঋদীব অস্ত্রৰ সশ্ৰৰ চোৰাং ব্যবসায় সম্বন্ধীয় অনুসন্ধানত ডিমাপুৰত । হঠাতে এদিন ৰীনাবাইদেউ জনী শহুৰ-শাহুৱেকৰ ঘৰ এৰি এইখন ঘৰলৈ উভতি আহিছিল । বৃদ্ধা মা দেউতা, গাভৰু ভনীয়েক হতেঁ চিত্রাপিত ভাৱে ঠৰ লাগি শুনি গৈছিল শিক্ষিত পৰিয়াল এটাৰ অমানবীয়তাৰ ইতিহাস । এটা অশান্তিৰ পৰিবেশে ম্ৰিয়মান কৰি তুলিছিল পৰিয়ালটো |খবৰটো পায়েই শ্ৰান্ত ক্লান্ত ঋদীব উভতিল ঘৰলৈ বুলি । কিয় এনে হল । উৰহি গছৰ ওঁৰ বিছাৰি সি লৰি যায় সেইখন ঘৰলৈ, যিখন ঘৰ সি নিজে পচন্দ কৰি তাৰ মৰমৰ ৰীনাবাইদেউক উপহাৰ দিছিল । আশা কৰিছিল বাইদেউ সুখী হব ।...

    সপোন দেখিছিল নতুন ঘৰ খনত ৰীনা বাইদেউৱে সূখৰ নীড় গঢিব। কিন্তু পালে মাথোন লাঞ্চনা গঞ্জনা। আনকি তেওলোকে ৰীনাৰ চৰিত্ৰত কলঙ্ক লেপন কৰিবলৈকো পিছ নপৰিল। তথাপিও এটা ক্ষীণ আশা সি মনতে পুহি ৰাখিছে। বাইদেউৰ এটি সন্তান হওক। প্ৰথম সন্তানৰ জন্ম বাতৰিয়ে ভিনদেউৰ পৰিয়ালৰ লোকসকলক কিছু নমনীয় কৰি তুলিব। ভাগিব ধৰা ঘৰখন আকৌ জিপাল হৱ।আহিব সুখ শান্তি ।

    টেক্সিড্ৰাইভাৰৰ মাতত তাৰ চিন্তাত যতি পৰিল । এৰা সিহঁত আহি মেডিকেল কলেজ পালেহিয়েই কালৈকো চকু নিদিয়াকৈ ১০০ টকীয়া নোট খন ড্ৰাইভাৰৰ হাতত গুজিদি সি জপিয়াই নামি পৰি লিফটলৈ বুলি আগবাঢিল। পিছ পিনৰ পৰা চিঞৰি চিঞৰি আহি থকা ড্ৰাইভাৰলৈ নোচোৱাকৈ সি কৈ উঠে তুমি ৰাখি থোৱা | এইবাৰ তাৰ চকুগল চিৰিৰ একোনত বহি ফুল বেচি থকা ছোৱালীজনীলৈ। দাম কি লৈছা ? পিছে উত্তৰলৈ অপেক্ষা কৰাৰ ধৈয্য নহল। এথোপা ৰঙা গোলাপ হাততলৈ সি লিফটত

    Enjoying the preview?
    Page 1 of 1