Discover millions of ebooks, audiobooks, and so much more with a free trial

Only $11.99/month after trial. Cancel anytime.

অশান্তিৰ ওঁহ বিছাৰি
অশান্তিৰ ওঁহ বিছাৰি
অশান্তিৰ ওঁহ বিছাৰি
Ebook29 pages14 minutes

অশান্তিৰ ওঁহ বিছাৰি

Rating: 0 out of 5 stars

()

Read preview

About this ebook

মানুহৰ জন্ম মূহুৰ্তৰ পৰাই পুৰুষ আৰু প্ৰকৃতিৰ মিলন এক অনিবাৰ্য্য বিষয় হিচাবে পৰিগনিত হৈ আহিছে | সময়ৰ সোতঁত প্ৰয়োজন সাপেক্ষে ই কেতিয়াবা আশ্ৰয় সুৰক্ষাৰ খাটিৰত , কেতিয়াবা অসুস্থতাৰ সময়ত সহায় সহযোগৰ বাবে অথবা বিনোদনৰ বাবে দুয়ো একে লগে থাকি সংসাৰ ধৰ্ম পালন কৰি আহিছে | বিবাহ অতীতৰ বুকুত জন্মলোৱা তেনে এক পুৰুষ প্ৰকৃতি , নৰ-নাৰীৰ মিলনৰ সমাজিক অনুস্থান |
অৱশ্যে বৰ্তমান যুগৰ সমাজত বিবাহৰ মৰ্য্যদা এক অপ্ৰয়োজনীয় অনুস্থানত পৰ্যবসিত হোৱাৰ পথত | এওঁলোকে পুৰনি চিন্তাধাৰাৰ বিপৰিতে পুৰুষ-পুৰুষৰ , নাৰী-নাৰীৰ মাজৰ সাংসাৰিক সম্পৰ্কৰ সম্পৰীক্ষাও বাদ নিদিয়াকৈ থকা নাই | কিন্ত যেনে ধৰনৰেই সম্পৰ্ক বা সংসাৰ নহওঁক কিয় সকলোতে অশান্তি ভাঙোন-বিচ্ছেদ সততে আহি পৰা দেখা যায়| কিয় এই অশান্তি- বিচ্ছেদ তাকেই বিছাৰি এই উপন্যাসৰ " অশান্তিৰ ওঁহ বিছাৰি" ৰ অৱতাৰনা|

LanguageAssamese
Release dateJul 17, 2020
ISBN9780463793992
অশান্তিৰ ওঁহ বিছাৰি
Author

Ripan kumar Das

Ripon Kumar Das born 5th Jan 1951 at Jorhat city , Assam, India.His father was a renowned body builder .Worked under Govt of Assam as an Inspector of physical training, authored many a books on gymnastics and asanas.Ripon graduated from Guwahati university in1971. Obtained degree in alternative medicine ,from college of alternative medicine Calcutta in1991 .Served Central Govt of India paramilitary department from 1976 to 2008.His first story" Private detective was"published in local news paper অসম বাতৰি।later converted into novelette "Manuh jadihe nohoi manuh"in 1976."Yantra manab" and "Heruwa Chandar Sandhanot" (a series of 3 books) crime novels published by local publisher Readers book stall in1986.Novelette ";krundashi diganta" was published on Guwahati based woman magazine Kangkan in1989.During service he wrote novelette "Pratishruti" ";sainikor diary." "Ashantir uh Bichari " " jogashana and Byam " "Masked gentleman ".and many more.Ripon settled in Guwahati the capital city of Assam on 2008 . He loves his mother tongue very much. During his early childhood he had joined language movement and he still writing without any support from any corner just to spread and keep Assamese language alive.Email address ripankumardas@yahoo.com ,mobile 9811302679 country code 91 and area code 0361.

Read more from Ripan Kumar Das

Related authors

Related to অশান্তিৰ ওঁহ বিছাৰি

Reviews for অশান্তিৰ ওঁহ বিছাৰি

Rating: 0 out of 5 stars
0 ratings

0 ratings0 reviews

What did you think?

Tap to rate

Review must be at least 10 words

    Book preview

    অশান্তিৰ ওঁহ বিছাৰি - Ripan kumar Das

    * অশান্তিৰ ওঁহ বিছাৰি *

    পুৰুষ জাতিটোৱেই এনেকুৱা বুজিছ। সিহঁতৰনো আৰু কি আছে ? দিনৰ দিনটো সিহঁতৰ ফাই ফৰমাচ খাটিবি আৰু নিশা তই সুস্থয়েই হ বা অসুস্থ হ , ইচ্ছা থাকক বা নেথাকক দেহটো ফেনেকিবলৈ দিব লাগিব । বছ তই ঠিক আছ ।প্ৰতিবাদ কৰিবি কুহিয়াৰৰ ৰস কন খাই সিঠা কন পেলাই দিয়াৰ দৰে তলৈ পিঠি দিব ।

    এৰা কথাটো মিছা নহয়। মতা বোৰক বৰকৈ আসৈ দিব নেলাগে । নতুবা সিহঁতে আমাক সদায় ভৰিৰ তলত থব বিচাৰে । যেনিবা তই ক্ৰীত দাসীহে।

    তোৰ খোজ কাঢ়োতে শব্দ হয় কব এইজনী ঘৰ ভঙা তিৰোতা । মাতটো অলপ ডাঙৰ কব ঘৰখন বাহঁতল কৰি পেলাব । অৰ্থাৎ তোৰ দোষ সৰ্বত্ৰ ।

    ড্ৰইংৰুমত সেইয়া শ্ৰীমতী আৰু বান্ধৱী সকল উত্তপ্ত সমালোচনাত ব্যস্ত , বিষয় পুৰুষৰ মইমতালী আৰু নাৰীৰ প্ৰতি সীমাহীন অৱজ্ঞা। উত্তপ্ত সমালোচনাৰ মাজত তেওঁলোকে হয়তো মোৰ উপস্থিতিৰ কথা পাহৰিয়ে গৈছে । পুৰুষ জাতিটোৰ প্ৰতি, পুৰুষ প্ৰধান সমাজৰ প্ৰতি কৰা কঠোৰ মন্তব্যবোৰে ঠহৰ ঠহৰকৈ কানত বিন্ধিছেহি । বুকুৰ কোনোবা এটা কোন অজানিতে বিষাই উঠে। হয়তো এওঁলোকৰ নিদাৰুণ বিষোদ্গাৰত ।

    মই পাৰোমানে সহিলো অৰুনিমা । ভাৱিছিলো অশান্তি বোৰ এদিন নিজে নিজেই আতৰি যাব। কিন্তু সকলো মিছা । শৈশৱৰ মিঠা সপোনবোৰ বাস্তৱ হব । মোৰো এখন সুখৰ

    Enjoying the preview?
    Page 1 of 1